No title

 

Assam Geography MCQ most important all exam. 

Assam Geography MCQ
Assam Geography MCQ:


Assam Geography MCQ: Assam geography all important exam related questions in given here. these questions are most important all govt. sector exam.like-- APSC, APDCL, Assam Police, Irrigation Department OF Assam, Labour Department of Assam, PNRD, SSC, IBPS, Railways, UPSC and other government exams etc.




1. What is the total geographical area of Assam?

   অসমৰ মুঠ ভৌগোলিক এলেকা কিমান ?

     
     
     
     
ANSWER= (B) 78,438 sq.km.
Explain:- অসমৰ মুঠ ভৌগোলিক এলেকা 78,438 বৰ্গ কি.মি.৷

 

2. What is the rank of Assam among the Northeast India (area wise)?

   মাটিকালিৰ ভিত্তিত উত্তৰ পূৰ্ব ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান কি?

     
     
     
     
ANSWER= (B) Second.
Explain:- মাটিকালিৰ ভিত্তিত উত্তৰ-পূৱ ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান হ'ল দ্বিতীয় ৷৷




SL No
StateCapitalArea (sq. k.m.)
1Arunachal PradeshItanagar83,743
2AssamDispur78,438
3MeghalayaShillong22,429
4ManipurImphal22,327
5MizoramAizawl21,081
6NagalandKohima16,579
7TripuraAgartala10,491
8SkkimGangtok7,096

Table-0.1 - Eight state of North-East India.


3. How much percentage of area occured by Assam in India?

  অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে?

     
     
     
     
ANSWER= (A) 2.39 %.
Explain:- অসমে ভাৰতৰ মুঠ মাটিকালিৰ  2.39 শতাংশ আগুৰি আছে ৷৷

 

4. Assam is located in which part of India?

   অসম ভাৰতৰ কোনটো অংশত অৱস্হিত?

     
     
     
     
ANSWER= (A) North East India.
Explain:- অসম ভাৰতৰ উত্তৰ-পূৱ অংশত অৱস্হিত ৷৷

 

5. Assam is located between which latitude?

   অসম কোন দুডাল অক্ষৰেখাৰ মাজত অৱস্হিত?

     
     
     
     
ANSWER= (D) 24°8' N to 28° N.
Explain:- অসম 24°8' উত্তৰ আৰু 28° উত্তৰ অক্ষৰেখাৰ মাজত অৱস্হিত ৷৷

 

6. What is the longitudinal extension of Assam?

   অসমৰ দ্ৰঘিমাৰেখাৰ বিস্তৃতি কিমান?

     
     
     
     
ANSWER= (B) 89°42' E to 96° E.
Explain:- অসমৰ দ্ৰঘিমাৰেখাৰ বিস্তৃতি হ'ল 89°42' E to 96° E. ৷৷

 

7. How many district in Assam?

   অসমৰ মুঠ জিলা কেইখন ?

     
     
     
     
ANSWER= (C) 33.
Explain:- অসমৰ মুঠ জিলা 33খন ৷৷




SL NODISTRICTS OF ASSAM
1Baksa
2Barpeta
3Biswanath
4Bongaigaon
5Cachar
6Charaideo
7Chirang
8Darrang
9Dhemaji
10Dhubri
11Dima Hasao (North Cachar Hills)
12Goalpara
13Golaghat
14Hailakandi
15Hojai
16Jorhat
17Kamrup
18Kamrup
19Metropolitan
20Karbi Anglong
21Karimganj
22Kokrajhar
23Lakhimpur
24Majuli
25Morigaon
26Nagaon
27Nalbari
28Sivasagar
29Sonitpur
30South Salamara-Mankachar
31Tinsukia
32Udalguri
33West Karbi Anglong
TOTAL DISTRICTS33

Table-0.2- ALL DISTRICTS OF ASSAM


8. In which of following line of latitude does not pass through in Assam?

   তলত উল্লেখ কৰা অক্ষৰেখাসমূহৰ ভিতৰত কোনডাল অসমৰ ওপৰেদি পৰা নহয়?

     
     
     
     
ANSWER= (C) both A or B.
Explain:- উল্লেখ কৰা অক্ষৰেখাসমূহৰ ভিতৰত ককটক্ৰান্তি ৰেখা আৰু বিষুৱ ৰেখা দুয়োডাল অসমৰ ওপৰেদি পৰা নহয় ৷৷

 

9. What is the total percentage area of Assam is under forest area?

   অসমৰ মুঠ ক্ষেত্ৰফলৰ কিমান শতাংশ অঞ্চল বনাঞ্চলৰ অন্তগত?

     
     
     
     
ANSWER= (D) 34.21%.
Explain:- অসমৰ মুঠ ক্ষেত্ৰফলৰ 34.21 শতাংশ অঞ্চল বনাঞ্চলৰ অন্তগত ৷৷

 

10. Assam has share common boundary line with how many Indian states?

   অসমে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ লগত সীমাৰ ভাগ বতৰা কৰে?

     
     
     
     
ANSWER= (A) 7.
Explain:- অসমে ভাৰতবৰ্ষৰ 7 খন ৰাজ্যৰ লগত সীমাৰ ভাগ বতৰা কৰে ৷৷

 

11. In which North-east Indian state does not share boundary with Assam?

   তলৰ কোনখন উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যই অসমৰ লগত সীমাৰ ভাগ বতৰা নকৰে?

     
     
     
     
ANSWER= (C) Skkim.
Explain:- উত্তৰ-পূৱ ভাৰতৰ ছিকিম ৰাজ্যই অসমৰ লগত সীমাৰ ভাগ বতৰা নকৰে ৷৷

 

12. What is the total population of Assam according to the 2011 census?

   2011 চনৰ লোকপিয়লৰ অনুসৰি মুঠ জনসংখ্যা কিমান?

     
     
     
     
ANSWER= (B) 3.1 cr.
Explain:- 2011 চনৰ লোকপিয়লৰ অনুসৰি মুঠ জনসংখ্যা হ'ল - 31169272. 

 

13. How many village are there Assam ?

   অসমত মুঠ কেইখন গাঁও আছে?

     
     
     
     
ANSWER= (A) 26,395.
Explain:- অসমত মুঠ 26 395 খন গাঁও আছে৷ ৷৷

 

14. Who is the second biggest state of North-East India  (area wise) ?

   মাটিকালিৰ ভিত্তিত উত্তৰ-পূৱ ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য কোনখন?

     
     
     
     
ANSWER= (C) Assam.
Explain:- মাটিকালিৰ ভিত্তিত উত্তৰ-পূৱ ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য খন হ'ল- অসম ৷৷

gyanmoya 

15. How many types of physiographic division in Assam ?

   অসমত কেই প্ৰকাৰৰ ভূ-প্ৰাকৃতিক বিভাগ পোৱা যায়?

     
     
     
     
ANSWER= (D) 3.
Explain:- অসমত 3 প্ৰকাৰৰ ভূ-প্ৰাকৃতিক বিভাগ পোৱা যায় ৷৷



SL.NOPHYSOGRAPHIC DIVISIONS
1Plateau Feature
2Folded Hills
3River Valley Plain

Table-0.3-  PHYSOGRAPHIC DIVISIONS OF ASSAM



16. Assam share International boundaries with which of the following Asian countries? 

   তলত উল্লেখ কৰা এছিয়াৰ দেশসমূহৰ ভিতৰত অসমে কাৰ লগত আন্তঃজাৰ্তিক সীমাৰ ভাগ বতৰা কৰে?

     
     
     
     
ANSWER= (D) Bhutan and Bangladesh.
Explain:- এছিয়াৰ দেশসমূহৰ ভিতৰত অসমে বাংলা দেশ  আৰু ভূটানৰ লগত আন্তঃজাৰ্তিক সীমাৰ ভাগ বতৰা কৰে ৷৷



SL.NOINTERNATIONAL BOUNDARY OF ASSAMINTERNATIONAL BOUNDARY OF ASSAM(DISTRICTS)BOUNDARIESLENGTH OF BOUNDARY (in K.M.)
1INDIAN- BHUTAN1. BAKSABAKSA- BHUTAN90
2. CHIRANGCHIRANG- BHUTAN70
3. KOKRAJHARKOKRAJHAR- BHUTAN40
4. UDALGURIUDALGURI- BHUTAN80
2INDIAN- BANGLADESH1. KarimganjKarimganj-BANGLADESH3
2. CacharCachar-BANGLADESH70
3. DhubriDhubri-BANGLADESH90
4. South Salmara MankacharSouth Salmara Mankachar-BANGLADESH63.33
TOTAL533.33

Table-0.4-  INTERNATIONAL BOUNDARIES OF ASSAM 



17. Which of the following is the oldest coalfield in Assam?

   অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন?

     
     
     
     
ANSWER= (A) Makum.
Explain:- অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন হ'ল মাকুম কয়লা ক্ষেত্ৰ ৷৷

 

18. Which of the following is the largest oil refinery in Assam?

   অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো?

     
     
     
     
ANSWER= (C) Digboi Refinery.
Explain:- অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ হ'ল ডিগবৈ তেল শোধনাগাৰ ৷৷

 

19. Which of the following is the largest wetland in Assam?

   অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো কোনটো?

     
     
     
     
ANSWER= (C) Sonbeel.
Explain:- অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হ'ল - সোনবিল ৷৷

 

20. Assam first oil was drilled near which of the following river?

   অসমৰ প্ৰথম তেল উদ্‌ঘাটন তলৰ কোনখন নদীৰ কাষত কৰা হৈছিল?

     
     
     
     
ANSWER= (A) Namdang river.
Explain:- অসমৰ প্ৰথম তেল উদ্‌ঘাটন কায্য নামদাং নদীৰ কাষত কৰা হৈছিল ৷৷

 

21. Which of the following is the oldest refinery of Assam?

   অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো?

     
     
     
     
ANSWER= (B) Digboi Refinery.
Explain:- অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নম হ'ল -ডিগবৈ শোধনাগাৰ ৷৷

 

22. Which of the Assam's river is know as Kameng in Arunachal Pradesh?

   অসমৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়?

     
     
     
     
ANSWER= (B) Jia Bhoroli river.
Explain:- অসমৰ জীয়া ভৰলী নদীখনক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায় ৷৷

 

23. Who is district of Assam does not share International boundary with Bangladesh?

   অসমৰ কোনখন জিলাই বাংলাদেশৰ লগত আন্তঃজাৰ্তিক সীমাৰ ভাগ বতৰা নকৰে?

     
     
     
     
ANSWER= (D) Udalguri.
Explain:- অসমৰ ওদালগুৰি জিলাই বাংলাদেশৰ লগত আন্তঃজাৰ্তিক সীমাৰ ভাগ বতৰা নকৰে ৷৷

 

24. What is the highest peak of Borail Range?

   বৰাইল পাহাৰৰ উচ্চতম শৃংগৰটোৰ নাম কি ?

     
     
     
     
ANSWER= (A) Theipibung.
Explain:- বৰাইল পাহাৰৰ উচ্চতম শৃংগৰটোৰ নাম হ'ল - ঠেইপিবাং ৷৷

 

25. What divide the Brahmaputra river basin which Barak river Basin?

   ব্ৰহ্মপুত্ৰ নদী অবৱাহিকাৰ পৰা বৰাক নদীৰ অবৱাহিকাক কোনে বিচ্ছেদ কৰিছে?

     
     
     
     
ANSWER= (A) Barail Range.
Explain:- ব্ৰহ্মপুত্ৰ নদী অবৱাহিকাৰ পৰা বৰাক নদীৰ অবৱাহিকাক বৰাইল পৰ্বতশ্ৰেণীয়ে বিচ্ছেদ কৰিছে ৷৷

 

26. How many oil refinery are there in Assam?

   অসমত কেইটা তেল শোধনাগাৰ আছে?

     
     
     
     
ANSWER= (C) 3.
Explain:- অসমত 4 টা তেল শোধনাগাৰ আছে ৷৷




SL.NOOIL REFINERY NAMELOCATION
1NOONMATI REFINERYKamrup Metropolitan
2NUMALIGARH REFINERYGolaghat
3BONGAIGAON REFINERYBongaigaon
4DIGBOI REFINERYTinsuki

Table-0.5- OIL REFINERY OF ASSAM



27. In which year Assam oil company was formed ?

 কোন চনত অসম তৈল্য প্ৰতিষ্ঠান গঠন কৰা হৈছিল?

     
     
     
     
ANSWER= (B) 1899.
Explain:- 1899 চনত অসম তৈল্য প্ৰতিষ্ঠান গঠন কৰা হৈছিল ৷৷

 

28. In which year oil was first drilling in Assam?

   কোন চনত অসমত পোণ প্ৰথম বাৰৰ বাৰে তেল উদ্ঘাটন কৰা  হৈছিল?

     
     
     
     
ANSWER= (C) 1867.
Explain:- 1867 চনত অসমত পোণ প্ৰথম বাৰৰ বাৰে তেল উদ্ঘাটন কৰা  হৈছিল ৷৷

 

29. Which is the highest peak of Karbi plateau?

   কাৰ্বি মালভূমিৰ উচ্চতম শৃংগটোৰ নাম কি?

     
     
     
     
ANSWER= (B) Singhason Peak.
Explain:- কাৰ্বি মালভূমিৰ উচ্চতম শৃংগটোৰ নাম হ'ল - সিংহাসন ৷৷

 

30. Sonbeel Lake located at which district of Assam?

  অসমৰ কোনখন জিলাত সোনবিল হ্ৰদ অবস্হিত?

     
     
     
     
ANSWER= (D) Karimganj district.
Explain:- অসমৰ কৰিমগঞ্জ জিলাত সোনবিল হ্ৰদ অবস্হিত ৷৷





 

31. What is the total area of North East India?

 উত্তৰ-পূৱ ভাৰতৰ মুঠ মাটিকালি বা ক্ষেত্ৰফল কিমান?





ANSWER= (A) 262179 sq k.m.
Explain:- উত্তৰ-পূৱ ভাৰতৰ মুঠ মাটিকালি বা ক্ষেত্ৰফল হ'ল -- 262179 বৰ্গ কি.মি. ৷

 

32. What is the percentage of area covered by North East India?

 ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ উত্তৰ-পূৱ ভাৰতে আগুৰি আছে?





ANSWER= (C) 8 %.
Explain:- ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় 8 (৮) শতাংশ উত্তৰ-পূৱ ভাৰতে আগুৰি আছে ৷৷

 

33. Which of the following statements are related to North East India?

 তলৰ কোনটো মন্তব্য উত্তৰ-পূৱ ভাৰতৰ লগত সম্পৰ্কিত?





ANSWER= (A) Seven sister and one brother.
Explain:- Seven sister and one brother মন্তব্যটো উত্তৰ-পূৱ ভাৰতৰ লগত সম্পৰ্কিত ৷৷৷

 

34. Which state is called as the One brother of seven order North Eastern states?

 কোনখন ৰাজ্যক উত্তৰ-পূৱ ভাৰতৰ one brother বুলি কোৱা হয়?





ANSWER= (D) Sikkim.
Explain:- ছিকিম ৰাজ্যখনক উত্তৰ-পূৱ ভাৰতৰ one brother বুলি কোৱা হয়৷ ৷৷৷

 

35. Where is the chicken neck located in the state of India?

 Chicken neck ভাৰতৰ কোনখন ৰাজ্যত অৱস্হিত?





ANSWER= (A) West bengal.
Explain:- Chicken Neck ভাৰতৰ পশ্চিম বংগ ৰাজ্যখনত অৱস্হিত ৷৷৷

 

36. Which of the following state is not including under the seven sister state in North East India?

কোনখন ৰাজ্য উত্তৰ-পূৱ ভাৰত সাতভনী ৰাজ্যৰ অন্তগত নহয়?





ANSWER= (B) Sikkim.
Explain:- ছিকিম ৰাজ্যখন উত্তৰ-পূৱ ভাৰত সাতভনী ৰাজ্যৰ অন্তগত নহয় ৷৷৷৷

 

37. What is the Nickname of North East India?

 উত্তৰ-পূৱ ভাৰতৰ Nick নামটো কি?





ANSWER= (B) Seven sister.
Explain:- উত্তৰ-পূৱ ভাৰতৰ Nick নামটো হ’ল -- Seven sister. ৷৷

 

38. Which of the following North Eastern state is not Geographical connected?

 উত্তৰ-পূৱ ভাৰতৰ কোনখন ৰাজ্য ভৌগোলিকভাবে সংলগ্ন নহয়?





ANSWER= (C) Sikkim.
Explain:- উত্তৰ-পূৱ ভাৰতৰ ছিকিম ৰাজ্যখন ভৌগোলিকভাবে সংলগ্ন নহয়৷৷৷৷৷

 

39. How many state are there in North East India?

 উত্তৰ-পূৱ ভাৰতৰ কোইখন ৰাজ্যৰ আছে ?





ANSWER= (D) 8.
Explain:- উত্তৰ-পূৱ ভাৰতৰ 8 (৮) খন ৰাজ্যৰ আছে ৷৷৷৷৷৷

 

40. Which is the largest state of North East India?

 উত্তৰ-পূৱ ভাৰতৰ বৃহৎতম ৰাজ্যখনৰ নাম কি?





ANSWER= (A) Arunachal pradesh.
Explain:- উত্তৰ-পূৱ ভাৰতৰ বৃহৎতম ৰাজ্যখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ ৷৷৷৷৷

 


41. Which is the smallest state of North East India? 

 উত্তৰ-পূৱ ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি?





ANSWER= (B) Sikkim.
Explain:- উত্তৰ-পূৱ ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম হ'ল--  ছিকিম ৷৷

 

42. Which is the second smallest state in India?

 ভাৰতৰ দ্বিতীয় ক্ষুদ্ৰতম ৰাজ্য কোনখন?





ANSWER= (D) Sikkim.
Explain:- ভাৰতৰ দ্বিতীয় ক্ষুদ্ৰতম ৰাজ্যখন হ'ল-- ছিকিম ৷৷

 

43. Which is the largest state of the seven sister state of India?

 ভাৰতৰ সাতভনী ৰাজ্যৰ ভিতৰত সবাতোকৈ ডাঙৰ ৰাজ্য কোনখন?





ANSWER= (D) Arunachal Pradesh.
Explain:- ভাৰতৰ সাতভনী ৰাজ্যৰ ভিতৰত সবাতোকৈ ডাঙৰ ৰাজ্যখন হ'ল- অৰুণাচল প্ৰদেশ ৷৷

 

44. Which is the smallest state of seven sister state of India?

 ভাৰতৰ সাতভনী ৰাজ্যৰ ভিতৰত সবাতোকৈ সৰু ৰাজ্য কোনখন?





ANSWER= (C) Tripura.
Explain:- ভাৰতৰ সাতভনী ৰাজ্যৰ ভিতৰত সবাতোকৈ সৰু ৰাজ্যখন হ'ল ত্ৰিপুৰা ৷৷

 

45. which is the third smallest state of Northeast India?

 ভাৰতৰ তৃতীয় ক্ষুদ্ৰতম ৰাজ্য কোনখন?





ANSWER= (A) Tripura.
Explain:- ভাৰতৰ তৃতীয় ক্ষুদ্ৰতম ৰাজ্যখন হ'ল ত্ৰিপুৰা ৷৷

 

46. What is the total area of Arunachal Pradesh ?

অৰুণাচল প্ৰদেশৰ মুঠ মাটি কালি কিমান?





ANSWER= (B) 83,743 sq.k.m.
Explain:- অৰুণাচল প্ৰদেশৰ মুঠ মাটি কালি হ'ল-- 83,743 বৰ্গ কি মি ৷৷৷

 

47. Area wise rank of Assam among the Indian state?

 মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ স্থান কিমান?





ANSWER= (B) 14th.
Explain:- মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ স্থান হ'ল 14 তম ৷৷৷৷

 

48. Which Indian state also known as "The Orchid state of India"?

 কোনখন ৰাজ্যক "The Orchid state of India" বুলি কোৱা হয়?





ANSWER= (D) Arunachal Pradesh.
Explain:- অৰুণাচল প্ৰদেশক  "The Orchid state of India" বুলি কোৱা হয় ৷৷৷৷

 

49. What is the total area of Assam?

 অসমৰ মুঠ মাটিকালি কিমান?





ANSWER= (A) 78,438 sq.k.m.
Explain:- অসমৰ মুঠ মাটিকালি হ'ল-- 78,438 বৰ্গ কি মি ৷৷৷৷

 

50. Area wise rank of Assam among the Indian state?

 মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান কিমান?





ANSWER= (C) 14th.
Explain:- মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত অসমৰ স্থান হ'ল-- 16 তম ৷৷৷


51. Which Indian state is known as the land of "The blue hills and the red river"?

 ভাৰতৰ কোনখন  ৰাজ্যক "The blue hills and the red river" নামেৰে জনা যায়?





ANSWER= (D) Assam.
Explain:- ভাৰতৰ অসম ৰাজ্যখনক "The blue hills and the red river" নামেৰে জনা যায় ৷৷৷৷

 

52. What is the total area of Manipur?

 মণিপুৰৰ মুঠ মাটিকালি কিমান?





ANSWER= (A) 22,327 sq. k. m.
Explain:- মণিপুৰৰ মুঠ মাটিকালি হ'ল-- 22,327 বৰ্গ কি মি ৷৷

 

53. Area wise rank of Manipur among the Indian state?

 মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত মণিপুৰৰ স্থান কিমান?





ANSWER= (B) 23th.
Explain:- মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত মণিপুৰৰ স্থান হ'ল 23 তম ৷৷৷

 

54. What is the Manipur also known as?

 মণিপুৰৰ অন্য কি নামেৰে পৰিচিত?





ANSWER= (D) The Jewel of India.
Explain:- মণিপুৰক অন্য The Jewel of India নামেৰে পৰিচিত ৷৷৷৷

 

55. What is the oldest name of Manipur?

 মণিপুৰৰ পুৰণি নামটো কি?





ANSWER= (A) KANGLEIPAK.
Explain:- মণিপুৰৰ পুৰণি নামটো হ'ল-- KANGLEIPAK ৷৷৷৷

gyanmoya

56. What is the total area of Meghalaya?

 মেঘালয়ৰ মুঠ মাটিকালি কিমান?





ANSWER= (B) 22,429 sq. k. m.
Explain:- মেঘালয়ৰ মুঠ মাটিকালি হ'ল - - 22, 429 বৰ্গ কি মি ৷৷৷

 

57. Area wise rank of the Meghalaya among the Indian state?

 মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত মেঘালয়ৰ স্থান কিমান?





ANSWER= (C) 22th.
Explain:- মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত মেঘালয়ৰ স্থান হ'ল-- 22 তম ৷৷৷৷

 

58. What is the total area of Mizoram?

 মিজোৰামৰ মুঠ মাটিকালি কিমান?





ANSWER= (c) 21,081 sq. k. m.
Explain:- মিজোৰামৰ মুঠ মাটিকালি হ'ল - - 21, 081 বৰ্গ কি মি ৷৷৷৷

 

59. Area wise rank of Mizoram among the Indian state?

 মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত মিজোৰামৰ স্থান কিমান?





ANSWER= (C) 25th.
Explain:- মাটিকালিৰ ওপৰত ভিত্তি কৰি ভাৰতৰ দেশসমূহৰ ভিতৰত মিজোৰামৰ স্থান হ'ল-- 25 তম ৷৷৷৷

Post a Comment

Previous Post Next Post