1. প্রাচীন অসম’ক পোন প্রথমে কি নামেৰে জনা গৈছিল?
2. প্রাচীন অসমৰ প্ৰথম ‘বংশ' হিচাপে কাক জনা যায়?
3. প্রাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?
4. প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?
5. প্রাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা-অনিৰুদ্ধৰ কাহিনী বর্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্রচলিত?
6. আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি?
7. আহোমসকলে ক’ত ৰাজধানী পাতিছিল?
8. হেম সৰস্বতীয়ে কি গ্রন্থ ৰচনা কৰিছিল ?
9. কোনজন পণ্ডিতে দুর্লভনাৰায়ণক এজন শ্রেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল ?
10. প্রাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল?
11. কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল?
12. 'জয়দ্রথ বধ' কাব্য কাৰ ৰচনা ?
13. ‘সেন’ বংশৰ প্ৰতিষ্ঠাপক কোন?
14. বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়?
15. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
16. ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল?
17. মহাৰাজ নৰনায়াৰণৰ আচল নাম কি আছিল?
18. কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?
19. কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে?
20. কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
21. পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?
22. ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ?
23. নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল?
24. পুৰুষোত্তম বিদ্যাবাগিশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি?
25. কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?
26. কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?
27. কছাৰীসকলৰ শেষ ৰজা কোন আছিল?
28. কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
29. বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
30. চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
31. যশনাৰায়ণৰ আন এটা নাম কি আছিল?
32. আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
33. কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?
34. চুতীয়াসকলৰ ৰাজধানী ক’ত আছিল ?
35. কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়?
36. অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল?
37. প্রাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজা এজনৰ নাম লিখা?
38. আহোমসকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰি আছিল?
39. ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল?
40. কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল?
41. শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল ?
42. নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?
43. বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্র কি?
44. বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?
45. কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয় ?
46. অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল?
47. কিমান চনত ইণ্ডো-বার্মা যুদ্ধ সংঘটিত হৈছিল?
48. কিমান চনত লৰ্ড আমহাটে বংগদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ?
49. মহাবীৰৰ আন এটা নাম কি আছিল?
50. তৃতীয় বৌদ্ধ মেলা ক’ত অনুষ্ঠিত হৈছিল?
51. বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল?
52. সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল?
53. বুদ্ধদেৱে প্ৰথমে ক’ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল?
54. কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
55. চীনা পরিব্রাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা আছিল?
56. কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হর্ষবর্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল?
57. গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?
v
58. বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল ?
59. হর্ষচৰিতৰ লেখক কোন আছিল ?
60. বিশাখাদত্ত ৰচিত নাটকখন কি?
61. ৰাজতৰংগিনীৰ ৰচক কোন?
62. বৈদৰ গড় কোনে নির্মাণ কৰিছিল?
63. বংগৰ শাসন কর্তা মহম্মদ বিন বখতিয়াৰ খিলিজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোনআছিল?
64. বর্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল?
65. অসমৰ আটাইতকৈ ওখ দৌল কোনটো ?
66. আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল?
67. মানে প্রথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল ?
68. ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
69. মাইবাং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত ?
70. আহোম বংশৰ শেষৰজন ৰজা কোন আছিল?
71. শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
72. অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল?
73. পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?
74. স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্রথমজন মহিলা কোন আছিল?
75. কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে?
76. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?
77. কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
78. আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল ?
79. শ্বিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হয়?
80. অসমলৈ মানসকলক কোনে আনিছিল?
81. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল??
82. নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল?
83. অশ্বক্রান্ত আৰু দীঘ্ৰেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল?
84. দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় ?
85. হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
86. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল?
87. কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল ?
88. অসমীয়া বুৰঞ্জীত ল’ৰাৰজা হিচাপে কাক জনা যায়?
89. ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
90. শিৱসাগৰৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?
91. বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
92. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?
93. কাৰ দিনত চীনা পরিব্রাজক হিউবেন চাং অসমলৈ আহিছিল?
94. মুছলমানে কেতিয়া প্রথমে অসম আক্রমণ কৰিছিল ?
95. কাৰ দিনত মুছলমানসকলে শেষ আক্রমণ কৰিছিল?
96. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
97. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?
98. অসমৰ মাটিৰ জৰীপ কাৰ্য কোনে প্রথমে প্ৰৱৰ্তনকৰিছিল?
99. ‘চিলাৰাই’ উপাধি। নজন কোচ সেনপতিক প্রদান কৰা হৈছিল ?
100. শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
101. 'অসম' শব্দটোৰ উৎপত্তি হৈছিল?
102. শৰাইঘাটৰ ৰণ’ কিমান চনত সংঘটিত হৈছিল?
103. অসমত কিমান চনত ইয়াণ্ডাবু সন্ধি’ স্থাপন কৰা হৈছিল?
104. অসমত কিমান চনত মানৰ প্ৰথম আক্ৰমণ হৈছিল?
105. কিমান চনত অসমত মানৰ দ্বিতীয় আক্রমণ হৈছিল?
106. কিমান চনত মোৱামৰীয়াসকলৰ প্ৰথম বিদ্রোহ হৈছিল?
107. কিমান চনত মোৱামৰীয়াসকলৰ দ্বিতীয় যুদ্ধ হৈছিল?
108. মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল?
109. কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল?
110. কিমান চনত খেন বংশৰ প্ৰতিষ্ঠা হৈছিল ?
111. কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল?
112. 'অৰুনোদই’ সংবাদ পত্ৰ কিমান চনত প্ৰকাশ কৰা হৈছিল?
113. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল?
114. কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়?
115. কেতিয়াৰ পৰা অসমত অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল ?
116. কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল?
117. অসমত সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল?
118. কিমান চনত অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হৈছিল?
119. শৰাইঘাটৰ যুদ্ধত যোগলৰ সেনাপতি আছিল?
120. শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল?
121. আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল?
122. তলৰ কোনজন পীৰ মোগল সেনাপতি ৰামসিংহৰ লগত অহা নাছিল ?
123. শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্রাট কোন আছিল?
124. এৰী, মুগা আৰু পাটৰ কাপোৰ অসমৰ কোনখন জিলাত উৎপাদন হয়?
125. অসমত কপাহ উৎপাদন হোৱা ঠাইখন কি আছিল?
126. পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়?
127. কাঁহৰ বাচন অসমৰ ক'ত তৈয়াৰ কৰা হয়?
128. হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
129. অসমৰ বাঁহ-বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰনাম কি ?
130. কেতিয়াৰ পৰা অসমত চাহ খেতি আৰম্ভ হয়?
131. অসমৰ তামৰ আকৰ কত পোৱা যায় ?
132. কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয় ?
133. 'আসাম বিলাসিনী’ সংবাদপত্ৰখন কিমান চনত প্রকাশিত হৈছিল?
134. কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল ?
135. পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি?
136. কিমান চনত ইংৰাজসকল অসমলৈ আহিছিল?
137. কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়?
138. অসমৰ বুৰঞ্জীত 'ভগা ৰজা' হিচাপে কোনজন ৰজাক জনা যায় ?
139. অসমৰ বুৰঞ্জীত কোনজন ৰজাক ‘খোৰা ৰজা’ হিচাপে জনা যায় ?
140. অসমৰ ইতিহাসত আহোম ৰজা চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল ?
141. কিমন চনত ব্রিটিছসকলে নামনি অসম অধিকাৰ কৰে?
142. ‘ল’ৰাৰ্জা’ হিচাপে অসমৰ বুৰঞ্জীত কোনজন ৰজাক জনা যায় ?
143. কিমান চনত 'জোনাকী' আলোচনীখন প্রকাশ পায় ?
\
144. ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?
145. ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ কিমান শতাংশ শিক্ষিত লোক আছিল ?
146. বৰ্তমান অসমৰ মুঠ জিলা কিমানখন ?
147. অসমৰ মহিলাৰ পৰম্পৰাগত সাজপাৰ কি?
148. পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো ?
149. কোকৰাঝাৰ জিলাত থকা তাপবিদ্যুৎ কেন্দ্ৰটোৰ নাম কি?
150. বঙাইগাঁও জিলাৰ জনসংখ্যা অসমৰ জনসংখ্যাৰ কিমান শতাংশ ?
151. 'মানাহ' অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
152. 'নৰনাৰায়ণ সেতু’ অসমৰ কোনখন জিলাত অৱস্থিত ?
153. কামৰূপ জিলাৰ লোকসংখ্যা মুঠ জনসংখ্যাৰ কিমান শতাংশ ?
154. ভোগেশ্বৰ বৰুৱাই কিমান চনত স্বর্ণপদক লাভ কৰিছিল ?
155. আহোম ৰজাৰ সমাধিসকলক কি জনা যায়—
156. অসমৰ পিৰামিড হিচাপে কোনটো মৈদামক জনা যায়—
157. মদন কামদেৱৰ আন এটা নাম কি ?
158. অসমৰ কোনখন চহৰক আহোমসকলৰ ৰাজধানী হিচাপে জনা যায়—
159. প্রাচীন কালত মাইবাং কোনখন সাম্ৰাজ্যৰ ৰাজধানী আছিল—
160. শিৱসাগৰৰ কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল—
161. কোনজন ৰজাই শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল—
162. জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খন্দাইছিল—
163. কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰী খন্দা হৈছিল—
164. জয়সাগৰ পুখুৰীৰ পাৰত শিৱসাগৰৰ কেইটা বিখ্যাত মন্দিৰ অৱস্থিত—
165. শিৱসাগৰৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল—
166. কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল—
167. এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম ৰংগভূমি বুলি কোনটো আকর্ষণীয় পর্যটনস্থলীক কোৱা হয়—
168. কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰাইছিল—
169. কোল পার্ক কোনে সজাইছিল—
170. কিমান চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল—
171. 'ৰামনৰ্মী’ কোনে ৰচনা কৰিছিল—
172. নৰনাৰায়ণ সেতু কিমান চনত উদ্বোধন কৰা হৈছিল—
173. একশৰণীয়া নামধৰ্ম কোনে প্ৰচাৰ কৰিছিল—
174. সত্ৰৰ মুখ্য অধিকাৰীজনক কি বোলে—
175. কমলাবাৰী সত্ৰ কোনে প্রতিষ্ঠা কৰিছিল—
176. বৰপেটা সত্ৰ কোনে প্রতিষ্ঠা কৰিছিল—
177. সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত—
178. ‘প্ৰহ্লাদ চৰিত’ কোনে ৰচনা কৰিছিল—
179. অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে ?
180. আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?
181. আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল?
182. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল?
183. চুকাফা কোন চনত ৰাজপাটত উঠে?
184. আহোমসকলে অসমলৈ কেতিয়া আহে?
185. অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখে?
186. আহোমসকলে অসমলৈ কেতিয়া আহে?
187. কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়?
188. কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
189. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
190. আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল?
191. অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে?
192. অসমলৈ মানসকলক কোনে আনিছিল ?
193. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?
194. নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকো নিৰ্মাণ কৰিছিল ?
195. অশ্বক্লান্ত আৰু দীঘ্ৰেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মান কৰা হৈছিল?
196. হিন্দুধর্ম গ্রহণ কৰা প্রথম আহোম ৰজাজন কোন আছিল ?
197. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?
198. কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল?
199. ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
200. স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল?
201. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?
202. অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল?
203. কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্ব কালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল ?
204. শিৱসাগৰৰ তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?
205. কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
206. বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
207. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
208. কাৰ দিনত চীনা পৰিব্রাজক হিউৱেন চাং অসমলৈ আহিছিল ?
209. মুছলমানে প্রথম অসম আক্রমণ কেতিয়া কৰিছিল?
210. প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?